অনাই-বনাইঅনাই-বনাই-জিবা
অনাই-বনাই ফুৰ্ (Assamese) [ Roman: o.nai-bo.nai.phur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
English: wander,
Assamese: অনাই-বনাই ফুৰ্, ঘূৰি ফুৰ্, টিঘিলঘিলাই ফুৰ্, পিট্-পিটা, পিট্-পিটাই ফুৰ্, বনা, বিহৰ, ভ্ৰমি ফুৰ্, ভ্ৰম্,
Mising: ginggong,
Khasi: makia,
Hmar: invâk vel,
Nagamese: bira
অনাই-বনাই ফুৰ্ (Assamese) [ Roman: o.nai-bo.nai.phur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-16
1. (Verb-Intran.) to walk around slowly in a relaxed way or without any clear purpose or direction কোনো নিৰ্দ্দিষ্ট উদ্দেশ্য বা গন্তব্য নোহোৱাকৈ ইফালে-সিফালে খোজ কাঢ়ি ফুৰ্
Assamese: অনাই-বনাই ফুৰ্, ঘূৰি ফুৰ্, টিঘিলঘিলাই ফুৰ্, পিট্-পিটা, পিট্-পিটাই ফুৰ্, বনা, বিহৰ, ভ্ৰমি ফুৰ্, ভ্ৰম্,
Mising: ginggong,
Khasi: makia,
Hmar: invâk vel,
Nagamese: bira